অসম

assam

ETV Bharat / state

জয়ন্ত বৰাৰ হত্যাৰ তদন্ত CBIক হস্তান্তৰৰ দাবীৰে উত্তপ্ত তিতাবৰ

তিতাবৰস্থিত বৰহোলা আৰক্ষী থানা ঘেৰাও । আৰক্ষী আৰু সেনা বাহিনীৰ নিৰ্মম অত্যাচাৰত মৃত্যু হোৱা জয়ন্ত বৰাৰ ঘটনাৰ তদন্ত CBIক হস্তান্তৰৰ দাবীৰে বৰহোলা আৰক্ষী থানা ঘেৰাও ।

demand for cbi inquiry of jayanta murder case
জয়ন্ত বৰাৰ হত্যাৰ তদন্ত CBIক হস্তান্তৰৰ দাবীৰে উত্তপ্ত তিতাবৰ

By

Published : Jun 24, 2020, 6:25 PM IST

তিতাবৰ,24 জুন: আৰক্ষী আৰু সেনা বাহিনীৰ নিৰ্মম অত্যাচাৰত মৃত্যু হোৱা জয়ন্ত বৰাৰ সমগ্ৰ ঘটনাৰ তদন্ত CBIক হস্তান্তৰৰ দাবীৰে বৰহোলা আৰক্ষী থানা ঘেৰাও কৰিলে বিভিন্ন দল সংগঠনে ।

জয়ন্ত বৰাৰ হত্যাৰ তদন্ত CBIক হস্তান্তৰৰ দাবীৰে উত্তপ্ত তিতাবৰ

জয়ন্ত বৰাৰ হত্যাৰ তদন্তৰ দায়িত্ব CBIক দিয়াৰ দাবীৰে বুধবাৰে বৰহোলা আৰক্ষী থানা ঘেৰাও কাৰ্যসূচীত অংশ গ্ৰহন কৰিলে কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, অসম যুৱ ছাত্র পৰিষদৰ সদস্যকে ধৰি বহুসংখ্যক ৰাইজে । অৱশেষত প্ৰতিবাদস্থলীত তিতাবৰ মহকুমা দণ্ডাধীশ ৰাজা বৈশ্য উপস্থিত হৈ প্ৰতিবাদকাৰীৰ পৰা স্মাৰক পত্ৰ গ্ৰহণ কৰে ।

ABOUT THE AUTHOR

...view details