অসম

assam

ETV Bharat / state

দেৱেন দত্ত হত্যাকাণ্ড: 20 অক্টোবৰলৈ স্থগিত দোষীৰ শাস্তি ঘোষণাৰ দিন - deben dutta verdict postponed

20 অক্টোবৰলৈ স্থগিত ৰখা হ'ল দেৱেন দত্ত হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণাৰ দিন ৷ আদালতৰ উচিত শুনানিৰ বাবে অপেক্ষাৰত প্ৰয়াত চিকিৎসক গৰাকীৰ পৰিয়ালবৰ্গ ৷

20 অক্টোবৰলৈ স্থগিত দোষীৰ শাস্তি ঘোষণাৰ দিন
20 অক্টোবৰলৈ স্থগিত দোষীৰ শাস্তি ঘোষণাৰ দিন

By

Published : Oct 19, 2020, 7:09 PM IST

যোৰহাট, 19 অক্টোবৰ: সোমবাৰে দেৱেন দত্ত হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণাৰ দিন আছিল যদিও, 20 অক্টোবৰলৈ স্থগিত ৰখা হ'ল শুনানি ৷ মঙলবাৰে আদালতে উচিত শুনানি প্ৰদান কৰিব বুলি আশাৰে বাট চাই ৰৈছে প্ৰয়াত চিকিৎসকগৰাকীৰ পৰিয়ালবৰ্গ ৷ সাংবাদিকৰে হোৱা বাৰ্তালাপত এই মন্তব্য কৰে প্ৰয়াত চিকিৎসকগৰাকীৰ পত্নীয়ে ৷ ইয়াৰোপৰি তেওঁ কয় যে, আগন্তুক দিনত যাতে কোনো লোকে নিজৰ পিতৃসম লোকৰ সৈতে এনে নিকৃষ্ট কাম কৰিব নোৱাৰে তেনেদৰে কেতিয়াও বাহিৰলৈ ওলাই আহিব নোৱাৰাকৈ তেওঁলোকৰ শাস্তি হ'ব লাগে ৷ কিয়নো তেওঁলোকে যদি পিতৃসম লোকক হত্যা কৰিব পাৰে তেন্তে তেওঁলোকৰ হাতত সাধাৰণ লোকো সুৰক্ষিত নহয় ৷

দেৱেন দত্ত হত্যাকাণ্ড: 20 অক্টোবৰলৈ স্থগিত দোষীৰ শাস্তি ঘোষণাৰ দিন

ABOUT THE AUTHOR

...view details