যোৰহাট 22 অক্টোবৰ : যোৰহাটৰ টিলিকীআমৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত মেটাঙনিত উদ্ধাৰ মৃতদেহ | ৰাতিপূৱা স্থানীয় ৰাইজে মেটেকাৰে আৱৰা পুখুৰীত এটাত প্ৰত্যক্ষ কৰে মৃতদেহটো ৷ লগে লগে আৰক্ষীক খবৰ দিয়ে ৷ আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে৷ বৰ্তমানলৈকে অচিনাক্ত ব্যক্তিজনক হত্যা কৰা হৈছেনে নে আন কিবা সেয়া নিশ্চিত হোৱা নাই ।
যোৰহাটত অচিনাক্ত মৃতদেহ উদ্ধাৰ - JORHAT DEADBODY RECOVER
যোৰহাটত উদ্ধাৰ অচিনাক্ত মৃতদেহ ৷ স্থানীয় ৰাইজে মেটেকাৰে আৱৰা পুখুৰীৰত এটাত প্ৰত্যক্ষ কৰে মৃতদেহটো |
![যোৰহাটত অচিনাক্ত মৃতদেহ উদ্ধাৰ যোৰহাটত অচিনাক্ত মৃতদেহ উদ্ধাৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9267841-thumbnail-3x2-j.jpg)
যোৰহাটত অচিনাক্ত মৃতদেহ উদ্ধাৰ