যোৰহাট, 7 ডিচেম্বৰঃক্ৰমান্বয়ে মানৱতাহীন হৈ পৰিছে জীৱ শ্ৰেষ্ঠলোক। যোৰহাটৰ পূজাদুবী ঘাটৰ টোকোলাই দলঙৰ তলত শিলত পৰি থকা অৱস্থাত শনিবাৰে নৱজাতকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ অঞ্চলত চাঞ্চল্যৰ সৃষ্টি কৰিছে।
যোৰহাটত নৱজাতকৰ মৃতদেহ উদ্ধাৰ
যোৰহাট, 7 ডিচেম্বৰঃক্ৰমান্বয়ে মানৱতাহীন হৈ পৰিছে জীৱ শ্ৰেষ্ঠলোক। যোৰহাটৰ পূজাদুবী ঘাটৰ টোকোলাই দলঙৰ তলত শিলত পৰি থকা অৱস্থাত শনিবাৰে নৱজাতকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ অঞ্চলত চাঞ্চল্যৰ সৃষ্টি কৰিছে।
লগতে পঢ়ক - উৎকোচ লৈ জালত পৰিল APDCLৰ শীৰ্ষ বিষয়া