অসম

assam

মৰিয়নীত উদ্ধাৰ মৃত নাহৰফুটুকী

By

Published : Nov 9, 2019, 7:36 PM IST

মৰিয়নীত উদ্ধাৰ নাহৰফুটুকীৰ মৃতদেহ ৷ নাহৰফুটুকীটো গাড়ীৰ খুন্দাত নিহত হোৱাৰ সন্দেহ কৰিছে বনবিভাগৰ লোকৰ ৷

মৰিয়নীত উদ্ধাৰ মৃত নাহৰফুটুকী


মৰিয়নী, 9 নৱেম্বৰঃশনিবাৰে মৰিয়নীৰ নিউ সোণোৱাল খণ্ড বিষয়াৰ কাৰ্যালয় সমীপত উদ্ধাৰ হয় এটি প্ৰকাণ্ড নাহৰফুটুকীৰ মৃতদেহ ৷ নাহৰফুটুকীটো গাড়ীৰ খুন্দাত নিহত হোৱাৰ সন্দেহ কৰিছে বনবিভাগৰ লোকৰ ৷ ঘটনাস্থলীত বনবিভাগৰ লোক উপস্থিত হয় মৰোণত্তৰ পৰীক্ষাৰ বাবে নাহৰফুটুকী প্ৰেৰণ কৰে হোলোঙাপাৰ গিবন বন্যপ্ৰাণী অভয়াৰণ্যলৈ ৷

মৰিয়নীত উদ্ধাৰ মৃত নাহৰফুটুকী
মৰিয়নীত উদ্ধাৰ মৃত নাহৰফুটুকী

ABOUT THE AUTHOR

...view details