অসম

assam

By

Published : Oct 26, 2020, 1:56 PM IST

ETV Bharat / state

যোৰহাটত ক’ভিড প্ৰট’কল মানি দুৰ্গা দেৱীক বিসৰ্জন

যোৰহাটত ক’ভিডৰ নীতি মানি চলি দশমী পূজাৰ আয়োজন ৷ ক’ভিড-19ৰ বাবে জিলা প্ৰশাসনে নীতি নিৰ্ধাৰণ কৰি দিয়া অনুসৰি পূজাদুবি ঘাটত পুৱাৰ পৰা আৰম্ভ হৈছে বিসৰ্জন পৰ্ব ।

Dashami Puja celebrate with covid protocol in Jorhat
যোৰহাটত ক’ভিড প্ৰট’কল মানি দুৰ্গা দেৱীক বিসৰ্জন

যোৰহাট,26 অক্টোবৰ : ৰাজ্য়ৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ যোৰহাটতো বিসৰ্জন দিয়া হ’ব দেৱী দুৰ্গাক ৷ পূৰ্বতে বিসৰ্জন বুলিলে জিলাখনৰ পুজাদুবি ঘাটত যি পৰিৱেশৰ সৃষ্টি হয়,সেয়া এইবাৰ দেখিবলৈ পোৱা নগ’ল ৷ ক’ভিড-19ৰ বাবে জিলা প্ৰশাসনে নীতি নিৰ্ধাৰণ কৰি দিয়া অনুসৰি পূজাদুবি ঘাটত পুৱাৰ পৰা আৰম্ভ হৈছে বিসৰ্জন পৰ্ব ।

যোৰহাটত ক’ভিড প্ৰট’কল মানি দুৰ্গা দেৱীক বিসৰ্জন
যোৰহাটত ক’ভিড প্ৰট’কল মানি দুৰ্গা দেৱীক বিসৰ্জন

বিসৰ্জনস্থলীত পূজা কমিটীৰ কৰ্মকৰ্তাৰ লগতে অতিৰিক্ত উপায়ুক্ত,যান-বাহন আৰক্ষী আৰু কম সংখ্যক লোক উপস্থিত থাকে ৷ আড়ম্বৰহীনভাৱে যেন এই বৰ্ষত বিদায় মাগিলে দেৱী দুৰ্গাই ।

লগতে পঢ়ক :তেজপুৰ জাহাজঘাটত দেৱী বিসৰ্জনৰ কাৰ্যসূচী আৰম্ভ

ABOUT THE AUTHOR

...view details