যোৰহাট, 31 মাৰ্চ :মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পাচতে এতিয়া সমষ্টিয়ে সমষ্টিয়ে বিধায়কসকলে তদাৰক কৰিছে চিকিৎসা ব্যৱস্থা। মঙলবাৰে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হয় বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া । তেওঁক এই ভ্ৰমণকালত সংগ দিয়ে মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ।
চিকিৎসা মহাবিদ্যালয় পৰিভ্ৰমণ কৰি সাংবাদিকেৰে হোৱা বৰ্তালাপত দেৱব্ৰত শইকীয়াই জনায় যে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত বৰ্তমান ৩০০ কৰ'ণা আক্ৰান্ত ৰোগীক চিকিৎসা প্ৰদান কৰিব পৰা ব্যৱস্থা আছে । আনহাতে ৰাজ্য চৰকাৰৰ মন্ত্ৰী চন্দ মোহন পাটোৱাৰী আৰু কৃষি মন্ত্ৰী অতুল বৰাই লক্ ডাউন সম্পৰ্কে কৰা ঘোষণাক পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনায় বিৰোধী দলপতিগৰাকীয়ে ।
ৰাইজৰ বাবে সঠিক সিদ্ধান্ত গ্ৰহণ কৰিবলৈ চৰকাৰক আহ্বান বিৰোধী পক্ষৰ ! - যোৰহাট চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন বিৰোধী দলপতি দেৱব্ৰত শইকীয়া
যোৰহাট চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু ৰূপজ্যোতি কুৰ্মীৰ ৷ চৰকাৰক উপযুক্ত ব্যৱস্থা গ্ৰহণৰ আহ্বান ৷
![ৰাইজৰ বাবে সঠিক সিদ্ধান্ত গ্ৰহণ কৰিবলৈ চৰকাৰক আহ্বান বিৰোধী পক্ষৰ ! congress leader debabrat saikia visit jorhat medical college](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6613458-thumbnail-3x2-kk.jpg)
congress leader debabrat saikia visit jorhat medical college
যোৰহাট মেডিকেল কলেজ পৰিদৰ্শন দেৱবৰ্ত শইকীয়াৰ
চাহ বাগিচাৰ লোকৰ জীৱনক লৈ হেতালি নেখেলিবলৈ সঁকীয়নি ৰূপজ্যোতি কুৰ্মীৰ