যোৰহাট, 15 অক্টোবৰ :যোৰহাটৰ টোকোলাই চাহ গৱেষণা কেন্দ্ৰত স্থাপন কৰা ক্ষুদ্ৰ চাহ খেতিয়কৰ প্ৰশিক্ষণ আৰু গৱেষণা কেন্দ্ৰটো বৃহস্পতিবাৰে উদ্বোধন কৰে মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ প্ৰেক্ষাগৃহত আয়োজিত উদ্বোধনী সভাত মূখ্যমন্ত্ৰীৰ লগতে উদ্যোগ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী, বিধান সভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামী, মন্ত্ৰী ৰামেশ্বৰ তেলী, মন্ত্ৰী যোগেন মহনো উপস্থিত থাকে ৷ উক্ত উদ্বোধনী অনুষ্ঠানতে ক্ষুদ্ৰ চাহ খেতিয়কলৈ মাটিৰ পট্টা টোকন হিচাপে প্ৰদান কৰে ৰাজহ মন্ত্ৰী যোগেন মহনে ৷
ৰাজ্যৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ বাবে সু-খবৰ ! - চাহ খেতিয়কৰ বাবে সু-খবৰ
টোকোলাই চাহ গৱেষণা কেন্দ্ৰত স্থাপন কৰা ক্ষুদ্ৰ চাহ খেতিয়কৰ প্ৰশিক্ষণ আৰু গৱেষণা কেন্দ্ৰটো বৃহস্পতিবাৰে উদ্বোধন কৰে মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই প্ৰশিক্ষণ কেন্দ্ৰ তথা গৱেষণা কেন্দ্ৰৰ জৰিয়তে ক্ষুদ্ৰ চাহ খেতিয়ক সকলে গুণগত তথা উন্নত মানৰ চাহ উৎপাদন কৰাৰ ক্ষেত্ৰত উপকৃত হ‘ব ৷
ৰাজ্যৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ বাবে সু-খবৰ !
আনহাতে টোকোলাই চাহ গৱেষণা কেন্দ্ৰলৈ ৩ কোটি ৩৯ লাখ টকা আগবঢ়োৱা কথা উল্লেখ কৰে মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ৷ ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই প্ৰশিক্ষণ কেন্দ্ৰ তথা গৱেষণা কেন্দ্ৰৰ জৰিয়তে ক্ষুদ্ৰ চাহ খেতিয়ক সকলে গুণগত তথা উন্নত মানৰ চাহ উৎপাদন কৰাৰ ক্ষেত্ৰত উপকৃত হ‘ব ৷
লগতে পঢ়ক: কলগাছিয়াত মৃতদেহ উদ্ধাৰৰ ৬ দিনৰ পিছত মৃত ব্যক্তিৰ বাইক উদ্ধাৰ