ডাঃ দেবেন দত্তৰ পৰিয়ালৰে বাৰ্তালাপ মুখ্যমন্ত্ৰীৰ - আই এম এ
টীয়ক চাহ বাগিচাত গণ প্ৰহাৰত প্ৰাণ হেৰুৱা চিকিৎসক ডাঃ দেবেন দত্তৰ পৰিয়ালৰে বাৰ্তালাপ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

ডাঃ দেবেন দত্তৰ পৰিয়ালৰে বাৰ্তালাপ মুখ্যমন্ত্ৰীৰ
টীয়ক, 05 চেপ্তেম্বৰঃ টীয়ক চাহ বাগিচাত গণপ্ৰহাৰত প্ৰাণ হেৰুৱা চিকিৎসক ডাঃ দেবেন দত্তৰ বাসগৃহত বুধবাৰে আই এম এৰ এটা দল উপস্থিত হৈ পৰিয়ালৰ লোকৰ সৈতে দুখৰ সমভাগী হোৱাৰ লগতে ২৪ ঘন্টাৰ ভিতৰত সমগ্ৰ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ স্থিতি স্পষ্ট কৰিবলৈ দাবী জনাইছিল ৷ ইয়াৰ পাছতে বুধবাৰে সন্ধিয়া মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ফোন যোগে ডাক্তৰৰ পৰিবাৰৰ সৈতে বাৰ্তালাপ কৰে আৰু নিৰপেক্ষ তদন্তৰ আশ্বাস প্ৰদান দিয়ে ৷
ডাঃ দেবেন দত্তৰ পৰিয়ালৰে বাৰ্তালাপ মুখ্যমন্ত্ৰীৰ