অসম

assam

ETV Bharat / state

যোৰহাটত হোলীৰ বজাৰত সেৰেঙা গ্ৰাহকৰ উপস্থিতি

কৰ’ণাৰ প্ৰভাৱ পৰা দেখা গৈছে ৰঙৰ উৎসৱ ফাকুৱাত ৷ তিমধ্যেই যোৰহাট জিলা প্ৰশাসনে কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি হোলীৰ দিনকেইটাত জনসমাগম আৰু সাংস্কৃতিক অনুষ্ঠানো নিষিদ্ধ ঘোষণা কৰিছে ৷

By

Published : Mar 9, 2020, 12:35 PM IST

cavid19 impact on holi market
যোৰহাটত হোলীৰ বজাৰত তাকৰ গ্ৰাহকৰ উপস্থিতি

যোৰহাট,9 মাৰ্চঃসমগ্ৰ বিশ্বতে সম্প্ৰতি কৰ’ণা ভাইৰাছৰ আতংক ৷ কৰ’ণাৰ প্ৰভাৱ পৰা দেখা গৈছে ৰঙৰ উৎসৱ ফাকুৱাত ৷ হোলীৰ বজাৰ সমূহত সেৰেঙা হৈছে গ্ৰাহকৰ উপস্থিতি ৷ ইতিমধ্যেই যোৰহাট জিলা প্ৰশাসনে কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি হোলীৰ দিনকেইটাত জনসমাগম আৰু সাংস্কৃতিক অনুষ্ঠানো নিষিদ্ধ ঘোষণা কৰিছে ৷

ABOUT THE AUTHOR

...view details