অসম

assam

ETV Bharat / state

কাকজান খণ্ড প্ৰাথমিক চিকিৎসা কেন্দ্ৰত কৰ্কট ৰোগৰ সজাগতা সভা - কাকজান খণ্ড প্ৰাথমিক চিকিৎসা কেন্দ্ৰত কৰ্কট ৰোগৰ সজাগতা সভা

অসম চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড়ৰ জনসংখ্যা ভিত্তিক কৰ্কটৰোগ বিভাগৰ উদ্যোগত টীয়কৰ কাকজান খণ্ড প্ৰাথমিক চিকিৎসা কেন্দ্ৰত অনুষ্ঠিত কৰা হয় কৰ্কট ৰোগৰ সজাগতা সভা ৷ শিবিৰত অসম চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড়ৰ জনসংখ্যা ভিত্তিক কৰ্কটৰোগ বিভাগৰ কাৰিকৰী বিষয়া সাৰংগ বৰুৱাই কৰ্কট ৰোগৰ লক্ষণ চিনাক্তকৰণ তথা প্ৰতিকাৰৰ সম্পৰ্কে মন্তব্য আগবঢ়ায় ৷

Cancer awareness program at kakojan PHC
কাকজান খণ্ড প্ৰাথমিক চিকিৎসা কেন্দ্ৰত কৰ্কট ৰোগৰ সজাগতা সভা

By

Published : Feb 29, 2020, 4:19 PM IST

টীয়ক, 29 ফেব্ৰুৱাৰীঃ টীয়কৰ কাকজান খণ্ড প্ৰাথমিক চিকিৎসা কেন্দ্ৰত কৰ্কট ৰোগৰ সজাগতা সভা ৷ অসম চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড়ৰ জনসংখ্যা ভিত্তিক কৰ্কটৰোগ বিভাগৰ উদ্যোগত কেন্দ্ৰটোৰ অধীনস্থ আশাকৰ্মীসকলক লৈ এই সজাগতা শিবিৰ অনুস্থিত কৰা হয় ৷ উক্ত শিবিৰত অসম চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড়ৰ জনসংখ্যা ভিত্তিক কৰ্কটৰোগ বিভাগৰ কাৰিকৰী বিষয়া সাৰংগ বৰুৱাই কৰ্কট ৰোগৰ লক্ষণ চিনাক্তকৰণ তথা প্ৰতিকাৰৰ সম্পৰ্কে মন্তব্য আগবঢ়ায় ৷ লগতে আশাকৰ্মীসকলক নিজ নিজ এলেকাৰ কৰ্কট ৰোগীসকলক অনতি পলমে পঞ্জীয়ন কৰি ৰোগীসকলক চৰকাৰী চিকিৎসা প্ৰদান সহজলভ্য কৰিবলৈও আহ্বান জনায় বিষয়া গৰাকীয়ে ৷

কাকজান খণ্ড প্ৰাথমিক চিকিৎসা কেন্দ্ৰত কৰ্কট ৰোগৰ সজাগতা সভা

ABOUT THE AUTHOR

...view details