অসম

assam

যোৰহাটত পবিত্ৰ বুদ্ধ পূৰ্ণিমা উদযাপন

By

Published : May 18, 2019, 12:32 PM IST

যোৰহাটৰ ৰজাবাৰীস্থিত বৌদ্ধ বিহাৰত শনিবাৰে 2563 তম বুদ্ধ পুৰ্ণিমা উদযাপন কৰা হয় ৷

যোৰহাটত পবিত্ৰ বৌদ্ধ পূৰ্ণিমা উদযাপন

যোৰহাট, 18 মে': আজি পবিত্ৰ বুদ্ধ পূৰ্ণিমা ৷ সমগ্ৰ বিশ্বৰ লগতে যোৰহাটতো পবিত্ৰ বুদ্ধ পূৰ্ণিমা পালন কৰা হয় ৷ বিশ্ব শান্তিৰ উদ্দেশ্যৰে যোৰহাটৰ ৰজাবাৰীস্থীত বৌদ্ধ বিহাৰত শনিবাৰে 2563 তম বুদ্ধ পূৰ্ণিমা উদযাপন কৰা হয় ৷

যোৰহাটত পবিত্ৰ বৌদ্ধ পূৰ্ণিমা উদযাপন

উল্লেখযোগ্য যে আজি পবিত্ৰ বুধ পূৰ্ণিমা উপলক্ষে ৰজাবাৰীস্থিত বৌদ্ধ বিহাৰত বিভিন্ন অনুষ্ঠান অনুষ্ঠিত কৰা হ'ব ৷ এই বৌদ্ধ বিহাৰত কেৱল বৌদ্ধ ধৰ্মাৱলম্বী লোকেই নহয়, বিভিন্ন ধৰ্মাৱলম্বী লোক সকলেও পবিত্ৰ বুদ্ধ পূৰ্ণিমা দিনটোত বুদ্ধৰ পবিত্ৰ চৰণত নৈবদ্যৰে আশীষ বিচাৰে

ABOUT THE AUTHOR

...view details