টীয়ক, 15 ফেব্ৰুৱাৰীঃ টীয়কত ভাৰতীয় জনতা পাৰ্টীৰ কলিয়াপানী মণ্ডলৰ সম্বৰ্দ্ধনা সভা ৷ উক্ত অনুষ্ঠানত টীয়ক সমষ্টিৰ কলিয়াপানী মণ্ডল সমিতিৰ অন্তৰ্গত বুথ সমিতিসমূহৰ নৱ নিযুক্ত সভাপতি সমূহৰ লগতে ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাক সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷
ভাৰতীয় জনতা পাৰ্টীৰ কলিয়াপানী মণ্ডলৰ সম্বৰ্দ্ধনা সভা - ভাৰতীয় জনতা পাৰ্টীৰ কলিয়াপানী মণ্ডলৰ সম্বৰ্দ্ধনা সভা
টীয়ক সমষ্টিৰ কলিয়াপানী মণ্ডল সমিতিৰ অন্তৰ্গত বুথ সমিতি সমূহৰ নৱ নিযুক্ত সভাপতি সমূহৰ লগতে ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাক সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷

ভাৰতীয় জনতা পাৰ্টীৰ কলিয়াপানী মণ্ডলৰ সম্বৰ্দ্ধনা সভা
ভাৰতীয় জনতা পাৰ্টীৰ কলিয়াপানী মণ্ডলৰ সম্বৰ্দ্ধনা সভা
উল্লেখ্য যে, উক্ত সম্বৰ্ধনা অনুষ্ঠানত যোৰহাট জিলা বিজেপিৰ বিষয়ববীয়া সকলে নৱ নিযুক্ত কৰ্মকৰ্তা সকলক সাংগঠনিক দিশ সমূহৰ বিষয়ে অৱগত কৰাৰ লগতে "কা" আন্দোলনৰ পৰিপ্ৰেক্ষিতত দলৰ কৰ্মকৰ্তা সকলে সন্মুখীন হোৱা সমস্যা সমূহৰ কেনেদৰে সন্মুখীন হ’ব সেই সন্দৰ্ভত আলোকপাত কৰা হয় ৷
লগতে পঢ়ক-ছ'চিয়েল মিডিয়াৰ এটা ভাইৰেল ভিডিঅ':দক্ষতা এটি কণমানিৰ