অসম

assam

By

Published : Jan 2, 2021, 10:05 PM IST

ETV Bharat / state

যোৰহাটত HS ত প্ৰথম স্থান প্ৰাপ্ত 1324 গৰাকী ছাত্ৰীক স্কুটি প্ৰদান

শনিবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে যোৰহাটতো প্ৰদান কৰা হয় ড৹ বানীকান্ত কাকতি বঁটা । উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত প্ৰথম বিভাগ লাভ কৰা যোৰহাটৰ ১৩২৪ গৰাকী ছাত্ৰীয়ে এইবেলি লাভ কৰিছে এই বঁটা ।

যোৰহাটত HS ত প্ৰথম স্থান প্ৰাপ্ত 1324 গৰাকী ছাত্ৰীক স্কুটি প্ৰদান
যোৰহাটত HS ত প্ৰথম স্থান প্ৰাপ্ত 1324 গৰাকী ছাত্ৰীক স্কুটি প্ৰদান

যোৰহাট,2 জানুৱাৰীঃ মহিলা শিক্ষাৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দি মহিলা সৱলীকৰণৰ বাবে বিজেপি চৰকাৰে আৰম্ভ কৰিছে প্ৰজ্ঞান ভাৰতীৰ অধীনত ড° বানীকান্ত কাকতি বঁটা প্ৰদানৰ এক ব্যতিক্ৰমি আঁচনি । শনিবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে যোৰহাটতো প্ৰদান কৰা হয় ড৹ বানীকান্ত কাকতি বঁটা প্ৰদান অনুষ্ঠান ।

যোৰহাটত HS ত প্ৰথম স্থান প্ৰাপ্ত 1324 গৰাকী ছাত্ৰীক স্কুটি প্ৰদান

উল্লেখযোগ্য যে, উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত প্ৰথম বিভাগ লাভ কৰা যোৰহাটৰ ১৩২৪ গৰাকী ছাত্ৰীয়ে এইবেলি লাভ কৰিছে এই বঁটা । যোৰহাটৰ কাছাৰি মৈদামত অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে অসম চৰকাৰৰ ৰাজহ মন্ত্ৰী যোগেন মহন, ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচা, যোৰহাটৰ জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষক আৰু জিলা স্কুল পৰিদৰ্শক ।

লগতে পঢ়কঃ এবছুৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদকৰ 78সংখ্যক জন্মজয়ন্তী পালন

ABOUT THE AUTHOR

...view details