যোৰহাট, 12 মে' : মঙলবাৰৰ পৰা বহিঃৰাজ্যলৈ আৰম্ভ হ'ল ৰে'ল সেৱা ৷ ৰাজ্যত আবদ্ধ হৈ পৰা বহিঃৰাজ্যৰ লোকসকলক নিজ নিজ ৰাজ্য়লৈ প্ৰেৰণ কৰাৰ উদ্দেশ্যে আজিৰে পৰা ৰে'ল সেৱা চলাচলৰ নিৰ্দেশ দিছে কেন্দ্ৰ চৰকাৰে ৷ উপাৰ্জনৰ বাবে ঘৰৰ পৰা ওলাই আহি বিগত প্ৰায় দুমাহে ৰাজ্যৰ বিভিন্ন স্থানত আৱদ্ধ হৈ আছে বহু আপ্ৰবাসী লোক ৷
আজিৰ পৰা আপ্ৰবাসীসকলৰ বাবে বহিঃৰাজ্যলৈ ৰে'ল সেৱা আৰম্ভ ! - Assam Train service start from today for migrant etv Bharat Assam
আজিৰে পৰা ৰে'ল সেৱা চলাচলৰ নিৰ্দেশ দিছে কেন্দ্ৰ চৰকাৰে ৷ উপাৰ্জনৰ বাবে ঘৰৰ পৰা ওলাই আহি বিগত প্ৰায় দুমাহে ৰাজ্যৰ বিভিন্ন স্থানত আৱদ্ধ হৈ আছে বহু আপ্ৰবাসী লোক ৷
![আজিৰ পৰা আপ্ৰবাসীসকলৰ বাবে বহিঃৰাজ্যলৈ ৰে'ল সেৱা আৰম্ভ ! Assam Train service start from today for migrant](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7166141-thumbnail-3x2-p.jpg)
আজিৰ পৰা আপ্ৰবাসীসকলৰ বাবে বহিঃৰাজ্যলৈ ৰে'ল সেৱা আৰম্ভ
আজিৰ পৰা আপ্ৰবাসীসকলৰ বাবে বহিঃৰাজ্যলৈ ৰে'ল সেৱা আৰম্ভ
শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে ৰে'ল সেৱা মুকলি কৰি দিয়াৰ পাছত আজি যোৰহাটৰ উপায়ুক্ত কাৰ্যালয়ৰ লগতে জেৰক্সৰ দোকানৰ সন্মুখত আপ্ৰবাসীসকলৰ দীঘলীয়া শাৰী পৰিলক্ষিত হয় । উল্লেখ্য যে, প্ৰায় দুমাহৰ অন্তত নিজ ঘৰলৈ যাবলৈ পায় আনন্দিত হৈ পৰাৰ লগতে সম্পূৰ্ণ সামাজিক দূৰত্ব বজাই ৰাখি মাক্স পৰিধান কৰি নিজৰ নথি-পত্ৰ পৰীক্ষা কৰিবলৈ ভিৰ কৰেহি লোকসকলে ৷
TAGGED:
Back to home