যোৰহাট, ২৫ মেঃ তিতাবৰৰ প্ৰাগজ্যোতিকা জুনিয়ৰ কলেজত এতিয়া আন্দনৰ জোৱাৰ। কলা আৰু বিজ্ঞান শাখাত তিনিটাকৈ স্থান দখল কৰিবলৈ সক্ষম হৈছে তিতাবৰ জুনিয়ৰ কলেজৰ শিক্ষাৰ্থীসকলে।
প্ৰাগজ্যোতিকা জুনিয়ৰ কলেজত আনন্দৰ জোৱাৰ - 9TH POSITION
প্ৰাগজ্যোতিকা জুনিয়ৰ কলেজৰ অংশুমান গগৈয়ে কলা শাখাত ৯ম স্থান দখল কৰিবলৈ সক্ষম হয়। ৪৪৬ শতাংশ নম্বৰৰে অংশুমানে দখল কৰিলে নৱম স্থান। অংশুমানৰ ভৱিষ্যতে এজন সমাজবিদৰ লগতে এগৰাকী লিখক হোৱাৰ সপোন ।
প্ৰাগজ্যোতিকা জুনিয়ৰ কলেজত এতিয়া আন্দনৰ জোঁৱাৰ
আজি ঘোষিত উচ্চতৰ মাধ্যমিকৰ ফলাফলত তিতাবৰৰ প্ৰাগজ্যোতিকা জুনিয়ৰ কলেজৰ ছাত্ৰ-ছাত্ৰীয়ে তিনিটাকৈ স্থান দখল কৰিবলৈ সক্ষম হৈছে। লগতে প্ৰাগজ্যোতিকা জুনিয়ৰ কলেজৰ অংশুমান গগৈয়ে ৯ম স্থান দখল কৰিবলৈ সক্ষম হয়। ৪৪৬ শতাংশ নম্বৰৰে অংশুমানে দখল কৰিলে নৱম স্থান। অংশুমানে ভৱিষ্যতে এজন সমাজবিদৰ লগতে এগৰাকী লিখক হোৱাৰ সপোন। বিদ্যালয় খনৰ সকলো শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে সমগ্ৰ তিতাবৰবাসী ৰাইজ এই ফলাফলৰ বাবে উৎফুল্লিত হোৱা পৰিলক্ষিত হৈছে।
লগতে আন এটা বাতৰি - কলাৰ নৱমত ফৰকাটিঙৰ মণিষা
Last Updated : May 25, 2019, 3:42 PM IST