যোৰহাটত শিৱৰাত্ৰিৰ ব্যাপক আয়োজন - Assam_jorhat
চহৰখনৰ বিভিন্ন মন্দিৰত চলিছে মহাদেৱৰ আৰাধনা। পুৱাৰে পৰা দেখা পোৱা গৈছে ভক্তৰ সমাগম।

আজি মহা শিৱৰাত্ৰী
৪ মাৰ্চ, যোৰহাটঃ আজি মহা শিৱৰাত্ৰি। দেৱাদিদেৱ মহাদেৱৰ আৰাধনাৰ দিন। সমগ্র দেশৰ সমান্তৰালকৈ যোৰহাটৰো শিৱ মন্দিৰত ভক্তৰ ভিৰ পৰিলক্ষিত হৈছে। শিৱৰ আৰাধণাৰ বাবে ধূপ চাকি জ্বলাই মনোবাঞ্চা পূৰণৰ আশীষ বিছাৰি শিৱ মন্দিৰত পুৱাৰ পৰা ভক্তৰ ভিৰ।
আজি মহা শিৱৰাত্ৰী