অসম

assam

ETV Bharat / state

যোৰহাটত বন্ধ চিকিৎসা সেৱা - ভাৰতীয় চিকিৎসক সন্থা

ভাৰতীয় চিকিৎসক সন্থাৰ আহ্বান অনুসৰি ১৭ জুনত চিকিৎসা সেৱাৰ পৰা আঁতৰি থাকিল যোৰহাটৰ চিকিৎসক ৷ সোমবাৰে জৰুৰীকালীন সেৱাৰ বাহিৰে আন নিয়মীয়া অ পি ডি,ব্যক্তিগত চেম্বাৰ,লেব'ৰেটৰী,এক্স-ৰে ইত্যাদিও বন্ধ থাকে যোৰহাটত ৷

যোৰহাটত বিৰত চিকিৎসা সেৱা

By

Published : Jun 17, 2019, 11:41 AM IST

যোৰহাট, 17 জুনঃ আজি যোৰহাটত চিকিৎসা সেৱাৰ পৰা বিৰত থাকে চিকিৎসকসকল ৷ ১০ জুনত কলকাতাৰ মিল ৰতন সৰকাৰ মেডিকেল কলেজত ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি কৰ্তব্যৰত চিকিৎসকক শাৰীৰিকভাৱে প্ৰহাৰ কৰা ঘটনাৰ প্ৰতিবাদত সমগ্ৰ দেশৰ লগতে যোৰহাটতো সাব্যস্ত কৰা হয় প্ৰতিবাদ ৷

যোৰহাটত বিৰত চিকিৎসা সেৱা

ভাৰতীয় চিকিৎসক সন্থাৰ আহ্বান অনুসৰি ১৭ জুনত চিকিৎসা সেৱাৰ পৰা আঁতৰি থাকিল যোৰহাটৰ চিকিৎসক ৷ সোমবাৰে জৰুৰীকালীন সেৱাৰ বাহিৰে আন নিয়মীয়া অ পি ডি,ব্যক্তিগত চেম্বাৰ,লেব'ৰেটৰী,এক্স-ৰে ইত্যাদিও বন্ধ থাকে যোৰহাটত ৷

লগতে পঢ়কঃ 41 হাজাৰ টেট শিক্ষকে কঁপাব ৰাজপথ !

ABOUT THE AUTHOR

...view details