অসম

assam

ETV Bharat / state

যোৰহাটত নতুন শিক্ষা প্ৰতিষ্ঠান

'An institute of interior designing' নামৰ শিক্ষা প্ৰতিষ্ঠানটোৱে গুৱাহাটীৰ পাচতেই যোৰহাটত আৰম্ভ কৰিছে এটি নতুন শাখা । Interior আৰু fashion designer কৌশল বিকাশ পাঠ্যক্ৰমৰে আৰম্ভণি কৰা শিক্ষা প্ৰতিষ্ঠানটোৱে শনিবাৰৰ পৰা আৰম্ভ কৰিছে পাঠদান

By

Published : Apr 20, 2019, 5:23 PM IST

যোৰহাটত নতুন শিক্ষা প্ৰতিষ্ঠান

যোৰহাট, 20 এপ্ৰিলঃ যোৰহাটত শিক্ষাৰ ক্ষেত্ৰত নতুন সংযোজন ৷ 'An institute of interior designing' নামৰ শিক্ষা প্ৰতিষ্ঠানটোৱে গুৱাহাটীৰ পাচতেই যোৰহাটত আৰম্ভ কৰিছে এটি নতুন শাখা । Interior আৰু fashion designer কৌশল বিকাশ পাঠ্যক্ৰমৰে আৰম্ভণি কৰা শিক্ষা প্ৰতিষ্ঠানটোৱে শনিবাৰৰ পৰা আৰম্ভ কৰিছে পাঠদান । বৰ্তমানৰ প্ৰয়োজনীয়তা সম্ভাৱনা থকা কৌশল বিকাশ পাঠ্যক্ৰমৰ জৰিয়তে উজনি অসমৰ বহু শিক্ষিত যুৱক-যুৱতীয়ে আধুনিক শিক্ষা গ্ৰহণ কৰাৰ সুযোগ লাভ কৰিব ৷

যোৰহাটত নতুন শিক্ষা প্ৰতিষ্ঠান

আনহাতে, এবছৰীয়া ডিপ্লমা পাঠক্ৰমত মুঠ চাৰিটা 16 জনীয়া শিক্ষাৰ্থীক আধুনিক কৌশল বিকাশ শিক্ষা প্ৰদান কৰা হ'ব বুলি মন্তব্য কৰে শিক্ষা প্ৰতিষ্ঠানটোৰ বিষয়ববীয়াই ৷

ABOUT THE AUTHOR

...view details