অসম

assam

ETV Bharat / state

পুত্ৰৰ মুক্তিৰ দাবীত সংগ্ৰামী নেতা অখিল গগৈৰ মাতৃৰ অনশন - পুত্ৰৰ মুক্তিৰ দাবীত মাতৃৰ অনশন

পুত্ৰক বিনা চৰ্তে মুকলি কৰি দিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ আহ্বান অখিল গগৈৰ মাতৃৰ ৷ মৰিয়নিৰ চেলেংহাটৰ লুখুৰাখনস্থিত অখিল গগৈৰ বাসভৱনত কৃষক নেতা গৰাকীৰ মুক্তিৰ দাবীত মাতৃ প্ৰিয়দা গগৈয়ে গ্ৰহণ কৰিছে অনশন কাৰ্যসূচী ৷

akhil gogoi mother protest in mariani
অখিল গগৈৰ মাতৃৰ অনশন

By

Published : Dec 20, 2019, 5:05 PM IST

টিয়ক,20 ডিচেম্বৰঃচৰকাৰলৈ কৰুণ আহ্বান অখিল গগৈৰ মাতৃৰ ৷ সংগ্ৰামী নেতা গৰাকীৰ মাতৃয়ে পুত্ৰৰ মুক্তিৰ বাবে গ্ৰহণ কৰিছে অনশন কাৰ্যসূচী ৷ অসুস্থ মাতৃক চিকিৎসাৰ কাৰণে ঘৰলৈ অহাৰ কথা আছিল অখিল গগৈৰ কিন্তু জাতিৰ স্বাৰ্থত প্ৰতিবাদ কৰি এতিয়া কাৰাবাস খাটি আছে কৃষক নেতাগৰাকীয়ে ৷ পুত্ৰক বিনা চৰ্তে মুকলি কৰি দিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ আহ্বান অখিল গগৈৰ মাতৃৰ ৷ মৰিয়নিৰ চেলেংহাটৰ লুখুৰাখনস্থিত অখিল গগৈৰ বাসভৱনত কৃষক নেতা গৰাকীৰ মুক্তিৰ দাবীত বৃদ্ধা মাতৃ প্ৰিয়দা গগৈয়ে গ্ৰহণ কৰিছে অনশন কাৰ্যসূচী ৷

অখিল গগৈৰ মাতৃৰ অনশন

ABOUT THE AUTHOR

...view details