অসম

assam

ETV Bharat / state

কা বাতিলৰ দাবীত যোৰহাটত এজেৱাইচিপিৰ প্ৰতিবাদ

কা বিৰোধী আন্দোলনৰ পুনৰ উকমুকনি ৷ বৃহস্পতিবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে যোৰহাট কা বিৰোধিতাৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ যোৰহাট নগৰৰ মিঠাপুখুৰী অঞ্চলত ৰূপায়ণ কৰে এই প্ৰতিবাদী কাৰ্যসূচী ৷

By

Published : Mar 25, 2021, 7:48 PM IST

কা' বাতিলৰ দাবীত যোৰহাটত এজেৱাইচিপিৰ প্ৰতিবাদ
কা' বাতিলৰ দাবীত যোৰহাটত এজেৱাইচিপিৰ প্ৰতিবাদ

যোৰহাট,25 মাৰ্চ: ৰাজ্যত কা বিৰোধী আন্দোলনৰ পুনৰ উকমুকনি ৷ বৃহস্পতিবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে যোৰহাট কা বিৰোধিতাৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ যোৰহাট নগৰৰ মিঠাপুখুৰী অঞ্চলত ৰূপায়ণ কৰে এই প্ৰতিবাদী কাৰ্যসূচী ৷

কা' বাতিলৰ দাবীত যোৰহাটত এজেৱাইচিপিৰ প্ৰতিবাদ

জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কৰ্মীসকলে কা বাতিলৰ দাবীত এক বাইক ৰেলীও উলিয়ায় ৷ এই ৰেলীত নিৰ্বাচন আয়োগৰ নিতি নিৰ্দেশনাৰ বাবে আৰক্ষীয়ে বাধা দিয়ে ৷ কা আমি নমানো, কা বাতিল হ'বই লাগিব, বিজেপি চৰকাৰ হায় হায় আদি শ্ল'গানেৰে উত্তাল কৰি তোলে ৰাজপথ ৷

লগতে পঢ়ক: অন্তিম দিনৰ প্ৰচাৰত ব্যস্ত মিত্ৰজোঁটৰ প্ৰাৰ্থী কেশৱ মহন্ত

ABOUT THE AUTHOR

...view details