যোৰহাট, 15 জানুৱাৰীঃ ভোগালী বিহুৰ পহিলা দিনটোতে অৰ্থাৎ বুধবাৰে সদৌ অসম যুৱ ছাত্ৰ পৰিষদৰ সদস্যই যোৰহাটত নাগৰিকত্ব সংশোধনী আইন , 2019ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷ যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত দিনযোৰা প্ৰতিবাদী কাৰ্যসূচীৰে সংগঠনটোৱে ৰাজ্য চৰকাৰক হুংকাৰ প্ৰদান কৰি কোনো কাৰণতে আইনখন মানি লোৱা নহ'ব বুলি দাবী কৰে ৷
বিদেশী আহিলে খেদি খেদি মৰিয়াব সদৌ অসম যুৱ ছাত্ৰ পৰিষদৰ সদস্যই
বুধবাৰে সদৌ অসম যুৱ ছাত্ৰ পৰিষদৰ সদস্যই যোৰহাটত বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইন, 2019ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷ যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখতে সংগঠনটোৱে সাব্যস্ত কৰে প্ৰতিবাদ ৷
সদৌ অসম যুৱ ছাত্ৰ পৰিষদ
লগতে পঢ়ক - ছয়গাঁৱৰ অক্ষয় বড়োৱে লাভ কৰিলে ৰূপৰ পদক