অসম

assam

ETV Bharat / state

অতিৰিক্ত খচৰাক লৈ চিন্তাৰ কাৰণ নাই!

অতিৰিক্ত খচৰাৰ পৰা বাদ পৰা লোকে জনাব পাৰিব আবেদন ৷ উপযুক্ত প্ৰমাণ দাখিল কৰি অন্তৰ্ভুক্ত কৰিব পাৰিব নাম ৷

NRC

By

Published : Jun 26, 2019, 2:16 PM IST

Updated : Jun 26, 2019, 3:15 PM IST

  • ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ অতিৰিক্ত খচৰা প্ৰকাশ
  • ভয়ৰ কাৰণ নাই বুলিলে চৰকাৰী বিষয়াই
  • অতিৰিক্ত খচৰাক লৈ চিন্তাৰ কোনো কাৰণ নাই
  • অব্যাহত থাকিব পূৰ্বৰ খচৰাৰ দাবী আপত্তিৰ শুনানি
  • অতিৰিক্ত খচৰাৰ পৰা বাদ পৰা লোকে জনাব পাৰিব আবেদন
  • উপযুক্ত প্ৰমাণ দাখিল কৰি অন্তৰ্ভুক্ত কৰিব পাৰিব নাম
  • আবেদনৰ গ্ৰহণ কৰা হ'ব শুনানি
    অতিৰিক্ত খচৰাক লৈ চিন্তাৰ কাৰণ নাই!
Last Updated : Jun 26, 2019, 3:15 PM IST

ABOUT THE AUTHOR

...view details