অসম

assam

By

Published : Jan 15, 2021, 6:59 PM IST

ETV Bharat / state

যোৰহাটত মালবাহী ৰে'লে মহতিয়ালে এখন I20 চাৰিচকীয়া বাহন

যোৰহাটত এখন মালবাহী ৰে'লে মহতিয়াই নিয়ে এখন I20 চাৰিচকীয়া বাহন ৷ স্থানীয় লোকে সদৰি কৰা মতে ভাগ্যক্ৰমে ৰক্ষা পৰে বাহন খনৰ চালক জন ৷

accident-at-jorhat-today
যোৰহাটত মালবাহী ৰে'লে মহতিয়ালে এখন I20 চাৰিচকীয়া বাহন

যোৰহাট,15 জানুৱাৰী: যোৰহাটত শুকুৰবাৰে সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা ৷ এখন মালবাহী ৰে'লে মহতিয়াই নিয়ে এখন I20 চাৰিচকীয়া বাহন ৷ স্থানীয় লোকে সদৰি কৰা মতে ভাগ্যক্ৰমে ৰক্ষা পৰে বাহন খনৰ চালকজন ৷

উল্লেখ্য যে,যোৰহাটৰ লাহটিৰ সমীপত সংঘটিত হয় এই ভয়ানক দুৰ্ঘটনা ৷ বাহনখনৰ নম্বৰ AS-01BF-4615 ৷

লগতে পঢ়ক: কোটি কোটি ৰাজহ ফাঁকীৰে বনজ সম্পদৰ অবাধ লুন্ঠনৰাজ!

ABOUT THE AUTHOR

...view details