অসম

assam

ETV Bharat / state

যোৰহাট অসম কৃষি বিশ্ববিদ্যালয়ৰ প্ৰবক্তাৰ বিৰুদ্ধে ছাত্ৰীক নিৰ্যাতনৰ অভিযোগ

গুৰু শিষ্যৰ সম্পৰ্কত কালিমা ৷ যোৰহাট অসম কৃষি বিশ্ববিদ্যালয়ৰ প্ৰবক্তাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ ৷

By

Published : Sep 10, 2019, 10:53 PM IST

যোৰহাট অসম কৃষি বিশ্ববিদ্যালয়ৰ প্ৰবক্তাৰ বিৰুদ্ধে ছাত্ৰীক নিৰ্যাতনৰ অভিযোগ

যোৰহাট, 10 ছেপ্তেম্বৰঃ

  • যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত প্ৰবক্তাৰ বিৰুদ্ধে ছাত্ৰীক নিৰ্যাতনৰ অভিযোগ
  • কৃষি অৰ্থনীতি বিভাগৰ প্ৰবক্তা ড০ জ্যোতি গগৈৰ বিৰুদ্ধে এই অভিযোগ
  • ৭ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া স্নাতকোত্তৰ তৃতীয় কাউন্সেলিঙৰ বিষয়ে জানিবলৈ প্ৰবক্তাগৰাকীৰ কাষলৈ গৈছিল ছাত্ৰীগৰাকী
  • ৬ ছেপ্তেম্বৰত বিয়লি প্ৰবক্তাগৰাকীৰ ওচৰলৈ গৈছিল ছাত্ৰীগৰাকী
  • ছাত্ৰীগৰাকীৰ গাত হাত দি নিৰ্যাতন চলোৱাৰ অভিযোগ
  • বিশ্ববিদ্যালয়খনৰ নাৰী নিৰ্যাতন কোষত লিখিত অভিযোগ ছাত্ৰীগৰাকীৰ
  • লিখিত অভিযোগৰ ভিত্তিত দুয়ো পক্ষৰ শুনানি পিচতেই নিলম্বন ড০ জ্যোতি গগৈক
  • অনুশাসন কমিটিৰ সিদ্ধান্ত অনুসৰি অধ্যাপক ড০ জ্যোতি গগৈক নিলম্বন
  • অসম কৃষি বিশ্ববিদ্যালয়ৰ পঞ্জীয়কে এ এ ইউ/১০(১) /২০০৯/এফ এ/২০১৯/৪২১৬ নম্বৰ পত্ৰ যোগে নিলম্বনৰ নিৰ্দেশ
  • ইয়াৰ পূৰ্বেও বিভিন্ন নাৰীজনিত ঘটনাত জড়িত থকাৰ অভিযোগ গগৈৰ বিৰুদ্ধে
    যোৰহাট অসম কৃষি বিশ্ববিদ্যালয়ৰ প্ৰবক্তাৰ বিৰুদ্ধে ছাত্ৰীক নিৰ্যাতনৰ অভিযোগ

ABOUT THE AUTHOR

...view details