CAA বিৰোধীতাৰে যোৰহাটত আছুৰ মানৱ শৃংখল - CAA বিৰোধীতাৰে যোৰহাটত আছুৰ মানৱ শৃংখল
জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত অৰ্ধশতাধীক আছু কৰ্মীয়ে মানৱ শৃংখলৰে "CAA" বিৰোধিতা কৰি প্ৰতিবাদ সাব্যস্ত কৰে

CAA বিৰোধীতাৰে যোৰহাটত আছুৰ মানৱ শৃংখল
যোৰহাট, 1 ফেব্ৰুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধীতাৰে পুনৰ ৰাজপথত সদৌ অসম ছাত্ৰ সন্থা । মানৱ শৃংখলৰ জড়িয়তে সদৌ অসম ছাত্র সন্থাই সমগ্ৰ ৰাজ্যৰ লগতে যোৰহাট জিলাতো সাব্যস্ত কৰে প্ৰতিবাদ । জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত অৰ্ধশতাধীক আছু কৰ্মীয়ে মানৱ শৃংখলৰে "CAA" বিৰোধিতা কৰি প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদত অসমীয়া ভাষা, সংস্কৃতিৰ ধ্বংস কৰিব বিচৰা এই বিজেপি চৰকাৰৰ আইন কোনো কাৰণত মানি নলয় বুলি মন্তব্য কৰে সদৌ অসম ছাত্র সন্থাই।
CAA বিৰোধীতাৰে যোৰহাটত আছুৰ মানৱ শৃংখল