অসম

assam

মৰিয়নিত প্ৰকাণ্ড অজগৰ উদ্ধাৰ

By

Published : Oct 19, 2019, 5:23 AM IST

Updated : Oct 19, 2019, 7:09 AM IST

মৰিয়নিত বিশালকায় অজগৰ উদ্ধাৰ ৷ বন বিভাগে উদ্ধাৰ কৰে সাপটো ৷

মৰিয়নিত বিশালকায় অজগৰ উদ্ধাৰ

মৰিয়নি,18 অক্টোবৰঃ মৰিয়নিৰ সমীপৰ নকছাৰীৰ দিহিংয়া গাওঁত শুক্ৰবাৰে নিশা বনবিভাগে এটা বিশালকায় অজগৰ উদ্ধাৰ কৰে । ঘটনা অনুসৰি দিহিংয়া গাঁওৰ নিবাসী ৰূপা গগৈৰ বাৰীৰ পুখুৰীত প্ৰায় ১৪ ফুট দীঘল এটা অজগৰ পৰিয়ালৰ লোকে প্ৰত্যক্ষ কৰি তৎক্ষণাত মৰিয়নিৰ বনবিভাগক অৱগত কৰে ৷ খবৰ লাভ কৰি মৰিয়নি বনবিভাগৰ অধীনত মৰঙীয়াল বনখণ্ডৰ বনকৰ্মীৰ এটা দল উপস্থিত হৈ অজগৰ সাপটো উদ্ধাৰ কৰে । পৰৱৰ্ত্তী সময়ত বনবিভাগৰ লোকে সাপটো হোলোঙাপাৰ গিবন বন্যপ্ৰাণী অভয়াৰণ্যত মুকলি কৰি দিয়ে ।

Last Updated : Oct 19, 2019, 7:09 AM IST

ABOUT THE AUTHOR

...view details