মৰিয়নী, 16 নৱেম্বৰঃ মৰিয়নীত ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বিৰচা মুণ্ডাৰ 144 সংখ্যক জন্মজয়ন্তী উদযাপন ৷ অসম মুণ্ডা মহাসভাৰ যোৰহাট জিলা সমিতিয়ে মৰিয়নীৰ নগাধূলি চাহ বাগিচাত উলহ-মালহেৰে পালন কৰে ৰাষ্ট্ৰীয় শ্বহীদ বীৰজনৰ জন্মদিৱসটো ৷ এই সভাত বৃহত্তৰ মৰিয়নী অঞ্চলৰ আঞ্চলিক সমিতিৰ প্ৰায় 7 হাজাৰৰো অধিক মুণ্ডালোক একত্ৰিত হয় ৷
মৰিয়নীত বীৰ বিৰচা মুণ্ডাৰ 144 সংখ্যক জন্মজয়ন্তী উদযাপন - মৰিয়নীত বীৰ বিৰচা মুণ্ডাৰ 144 সংখ্যক জন্মজয়ন্তী উদযাপন
মৰিয়নীত ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বিৰচা মুণ্ডাৰ 144 সংখ্যক জন্মজয়ন্তী উদযাপন ৷ অসম মুণ্ডা মহাসভাৰ যোৰহাট জিলা সমিতিয়ে মৰিয়নীৰ নগাধূলি চাহ বাগিচাত উলহ-মালহেৰে পালন কৰে ৰাষ্ট্ৰীয় শ্বহীদ বীৰজনৰ জন্মদিৱস ৷
![মৰিয়নীত বীৰ বিৰচা মুণ্ডাৰ 144 সংখ্যক জন্মজয়ন্তী উদযাপন](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5079819-thumbnail-3x2-hgh.jpg)
মৰিয়নীত বীৰ বিৰচা মুণ্ডাৰ 144 সংখ্যক জন্মজয়ন্তী উদযাপন
মৰিয়নীত বীৰ বিৰচা মুণ্ডাৰ 144 সংখ্যক জন্মজয়ন্তী উদযাপন
ইয়াৰোপৰি বিশাল সাংস্কৃতিক শোভাযাত্ৰাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় ৷ আনহাতে এই সভাত অসম মুণ্ডা সমাজে ৰাজ্যখনত বসবাস কৰা অন্য চাহ জনগোষ্ঠীৰ দৰে তেওঁলোকৰ নিজস্ব স্বকীয়তা আৰু পৰম্পৰা বজাই ৰাখি জাতিটোক শৈক্ষিক, সামাজিক, অৰ্থনৈতিক, দিশত আগবঢ়াই চাহ বাগিচা সমূহত চলি থকা অন্ধবিশ্বাস দূৰ কৰিবলৈ এই সভাৰ পৰাই আহ্বান জনায় ।
আৰু পঢ়কঃ সমগ্ৰ ৰাজ্যজুৰি CAB বিৰোধী প্ৰতিবাদ