কলিয়াবৰ,22 ফেব্ৰুৱাৰীঃ কলিয়াবৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত ৰাষ্ট্ৰীয় সদ্ভাৱনা দিৱসৰ লগত সংগতি ৰাখি প্ৰিন্স কুমাৰ মূৰা সোঁৱৰণী 13 বছৰ অনুৰ্দ্ধ আন্তঃবিদ্যালয় ফুটবল প্ৰতিযোগিতাখন শনিবাৰৰ পৰা আৰম্ভ হৈছে ৷ ডা° টি আও গ্ৰাম্য ক্ৰীড়াংগণত উক্ত প্ৰতিযোগিতাখন অনুষ্ঠিত হৈছে । কলিয়াবৰ মহকুমাৰ অন্তৰ্গত 12খন বিদ্যালয়ৰ খেলুৱৈয়ে উক্ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে । ফুটবল প্ৰতিযোগিতাখন উদ্বোধন কৰে নগাঁৱৰ অতিৰিক্ত উপায়ুক্ত তথা কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি বিতুপন নেওঁগে ।
কলিয়াবৰত আৰম্ভ আন্তঃবিদ্যালয় ফুটবল প্ৰতিযোগিতা - প্ৰিন্স কুমাৰ মূৰা সোঁৱৰণী 13বছৰ অনুৰ্দ্ধ আন্তঃবিদ্যালয় ফুটবল প্ৰতিযোগিতা
কলিয়াবৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত ৰাষ্ট্ৰীয় সদ্ভাৱনা দিৱসৰ লগত সংগতি ৰাখি প্ৰিন্স কুমাৰ মূৰা সোঁৱৰণী 13 বছৰ অনুৰ্দ্ধ আন্তঃবিদ্যালয় ফুটবল প্ৰতিযোগিতাখন শনিবাৰৰ পৰা আৰম্ভ হৈছে ৷ কলিয়াবৰ মহকুমাৰ অন্তৰ্গত 12খন বিদ্যালয়ৰ খেলুৱৈয়ে উক্ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে ।
![কলিয়াবৰত আৰম্ভ আন্তঃবিদ্যালয় ফুটবল প্ৰতিযোগিতা Under 13 Football School Tournament at Kaliabor Hojai Assam etv bharat news](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6164856-208-6164856-1582364498637.jpg)
ফুটবল প্ৰতিযোগিতা