অসম

assam

ETV Bharat / state

সদ্য প্ৰয়াত প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ স্মৰণত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান - সদ্য প্ৰয়াত প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ স্মৰণত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

লামডিং শিশু উদ্যানত আমৰা সবাই নামেৰে এটি অনুস্থানৰ উদ্যোগত সদ্য প্ৰয়াত প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ স্মৰণত আয়োজন কৰা হয় এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান । শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোত উপস্থিত সকলোৱে সুঁৱৰিলে প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীক ৷

TRIBUTE TO LATE EX PRESIDENT OF INDIA PRANAB MUKHARJEE
সদ্য প্ৰয়াত প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ স্মৰণত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

By

Published : Sep 15, 2020, 12:10 PM IST

হোজাই,15 ছেপ্তেম্বৰঃ হোজাই জিলাৰ লামডিঙস্থিত লামডিং শিশু উদ্যানত আমৰা সবাই নামেৰে এটি অনুস্থানৰ উদ্যোগত সদ্য প্ৰয়াত প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ স্মৰণত আয়োজন কৰা হয় শ্ৰদ্ধাঞ্জলি আৰু প্ৰাৰ্থনাৰ এক অনুষ্ঠান । শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোত চহৰখনৰ বহুকেইগৰাকী সমাজকৰ্মীকে ধৰি বিভিন্ন জাতি ধৰ্মৰ লোক উপস্থিত থাকি সদ্য প্ৰয়াত ৰাষ্ট্ৰপতি গৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ লগতে আত্মাৰ সদগতিৰ বাবে কৰিলে প্ৰাৰ্থনা ।

সদ্য প্ৰয়াত প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ স্মৰণত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

এগৰাকী প্ৰকৃত দেশপ্ৰেমিক, দেশ নিৰ্মাতা, সমাজ সংস্কাৰক তথা বিশিষ্ট ৰাজনীতিকৰ বিয়োগ ৰাষ্ট্ৰৰ বাবে বৃহৎ ক্ষতি বুলি কৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোত উপস্থিত সকলোৱে সুঁৱৰিলে প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীক ৷

ABOUT THE AUTHOR

...view details