হোজাই, 4 ছেপ্তেম্বৰ : হোজাইৰ নীলবাগান আৰক্ষী পহৰা চকীৰ পৰা হেণ্ডকাপ খুলি পলায়ন কৰে এটা চোৰে | উল্লেখযোগ্য যে, নিশা নীলবাগানৰ জয়ন্তীয়া বস্তিৰ ৰাইজে এটা চোৰক আটক কৰি নীলবাগান আৰক্ষীক গতাই দিছিল ৷
আৰক্ষী জিম্মাৰ পৰা হেণ্ডকাফ খুলি পলায়ন চোৰৰ - তাজউদ্দীন ওৰফে চাজন
হোজাইৰ নীলবাগান আৰক্ষী পহৰা চকীৰ পৰা হেণ্ডকাপ খুলি পলায়ন কৰে এটা চোৰে | উল্লেখযোগ্য যে, নিশা নীলবাগানৰ জয়ন্তীয়া বস্তিৰ ৰাইজে এটা চোৰক আটক কৰি নীলবাগান আৰক্ষীক গতাই দিছিল ৷ চোৰটোৰ নাম তাজউদ্দীন ওৰফে চাজন বুলি জানিব পৰা গৈছে |
![আৰক্ষী জিম্মাৰ পৰা হেণ্ডকাফ খুলি পলায়ন চোৰৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4339967-thumbnail-3x2-th-2.jpg)
আৰক্ষী জিম্মাৰ পৰা হেণ্ডকাফ খুলি পলায়ন চোৰৰ
আৰক্ষী জিম্মাৰ পৰা হেণ্ডকাফ খুলি পলায়ন চোৰৰ
কিন্তু, ইয়াৰ পাছতে হেণ্ডকাপ খুলি পলায়ন কৰে চোৰটোৱে | চোৰটোৰ নাম তাজউদ্দীন ওৰফে চাজন বুলি জানিব পৰা গৈছে | উক্ত ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোৰ ৰাইজ ক্ষোভিত হৈ পৰাৰ লগতে শীঘ্ৰে চোৰটোক কৰায়ত্ত কৰিবলৈ দাবী জনাইছে ৷