অসম

assam

ETV Bharat / state

হোজাইত ৰাইজৰ হাতত ধৰা পৰিল চোৰ - ৰাইজৰ হাতত ধৰা পৰিল চোৰ

ৰাইজে লপা-থপা দি আৰক্ষীৰ হাতত ধৰা গতাই দিলে চোৰ জনক ৷ চোৰটোৱে মছজিদৰ দানপাত্ৰ বাকচ ভাঙি চোৰ কৰিবলৈ লওতেই কৰায়ত্ব কৰে ৰাইজে ৷

হোজাইত মস্তুফাক ৰাইজৰ লপা থপা
হোজাইত মস্তুফাক ৰাইজৰ লপা থপা

By

Published : Aug 6, 2020, 9:38 PM IST

হোজাই, 6 আগষ্টঃহোজাইত চোৰ কৰিব আহি ৰাইজৰ হাতত ধৰা পৰিল এটা গভাইড চোৰ ৷ চোৰজনে নিশা হোজাইৰ জামুহণ্ডল মছজিদত চুৰি কাণ্ড সংঘটিত কৰিবলৈ আহি দানপাত্ৰৰ বাকচ ভাঙি চোৰ কৰিবলৈ লওতেই ৰাইজে কৰায়ত্ব কৰে ৷ চোৰ জনক আবদ্ধ কৰি ৰাইজে লপা-থপা দিয়ে ৷ তাৰ পাচতেই চোৰটোক লৈ সমদল কৰি আৰক্ষীৰ হাতত গতাই দিয়ে ৷

ৰাইজৰ হাতত ধৰা পৰিল চোৰ

উল্লেখ্য যে, চোৰজনে চুৰি কাৰ্য সংঘটিত হোৱা বুলি স্বীকাৰ কৰে ৷ আনহাতে তেওঁৰ নাম মস্তুফা বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়কঃৰাজপথত সুৰৰ লহৰ তুলি বানাক্ৰান্তক সহায়ৰ চেষ্টা প্ৰতিধ্বনি সাংস্কৃতিক গোষ্ঠীৰ

ABOUT THE AUTHOR

...view details