হোজাই, 22 অক্টোবৰ:হোজাই জিলাত ১৪৪ ধাৰা। এক প্ৰেছ বিজ্ঞপ্তিৰ জড়িয়তে হোজাই জিলাৰ জিলা দণ্ডাধীশ ডাঃ সদনেক সিঙে দুৰ্গা পূজা আৰু দীপাৱলী উৎসৱৰ সময়চোৱাত শান্তি, শৃংখলা অৱনতি নঘটাৰ উদ্দেশ্যে তৎকালীন ভাৱে কাৰ্যকৰী হোৱাকৈ ভাৰতীয় ফৌজদাৰী কাৰ্য্য বিধি আইনৰ অধীনত সমগ্ৰ হোজাই জিলাত ১৪৪ ধাৰা জাৰি কৰিছে।
শান্তি-শৃংখলা বজাই ৰখাৰ উদ্দেশ্যে হোজাই জিলাত ১৪৪ ধাৰা - হোজাই জিলাত ১৪৪ ধাৰাৰ নিষেধাজ্ঞা জাৰি
হোজাইত 144 ধাৰা জাৰি ৷ দুৰ্গা পূজাৰ সময়ত শান্তি-শৃংখলা বজাই ৰখাৰ উদ্দেশ্যে ভাৰতীয় ফৌজদাৰী কাৰ্য্য বিধি আইনৰ অধীনত সমগ্ৰ হোজাই জিলাত 144 ধাৰা জাৰি ৷
হোজাই জিলাত ১৪৪ ধাৰা জাৰি
আন এক বিজ্ঞপ্তিৰ জড়িয়তে হোজাই জিলা প্ৰশাসনে জিলাখনৰ দুৰ্গা পূজা মণ্ডপৰ ভিতৰত ধঁপাত জাতীয় সামগ্ৰীৰ সেৱন আৰু ব্যৱহাৰো সম্পূৰ্ণভাবে নিষিদ্ধ কৰিছে।