অসম

assam

ETV Bharat / state

হোজাইত ডাম্পাৰৰ খুন্দাত নিহত শিক্ষক - উদালী ফুলতীৰ মাওলানা

দুৰ্ঘটনাটোত নিহত ফকৰুল ইছলাম যমুনামুখ ইম ই ইস্কুলৰ বিজ্ঞানৰ শিক্ষক আছিল ৷ জানিব পৰা মতে, উদালী ফুলতীৰ মাওলানা মহিবুৰ ৰহমানৰ পুত্ৰ ফকৰুল ইছলাম।

rode-accident-at-hojai-one-death
হোজাইত ডাম্পাৰৰ খুন্দাত নিহত শিক্ষক

By

Published : Nov 19, 2020, 9:13 AM IST

হোজাই,18 নৱেম্বৰঃহোজাইত ডাম্পাৰৰ খুন্দাত থিতাতে নিহত এগৰাকী শিক্ষক। উল্লেখযোগ্য যে, মঙলবাৰে নিশা সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাটো ৷ নিহত ফকৰুল ইছলাম যমুনামুখ ইম ই ইস্কুলৰ বিজ্ঞানৰ শিক্ষক আছিল ৷ জানিব পৰা মতে, উদালী ফুলতীৰ মাওলানা মহিবুৰ ৰহমানৰ পুত্ৰ ফকৰুল ইছলাম।

আনহাতে দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে ফকৰুল ইছলামক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসাধীন অৱস্থাতে তেওঁৰ মৃত্যু হয় বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে ৷

লগতে পঢ়কঃ নাগালেণ্ডক কাৰ্বি আংলঙৰ এক ইঞ্চি মাটিও এৰি দিয়া নহ’বঃ তুলিৰাম ৰংহাঙ

ABOUT THE AUTHOR

...view details