হোজাই, 16 নৱেম্বৰ:হোজাই জিলাৰ লংকা নখুটীত সংঘটিত হয় এক ডকাইতি কাণ্ড । নগদ দুই লাখ টকা লৈ উধাও তিনি দুৰ্বৃত্ত ৷ লংকা তিনিআলিৰ SBI বেংকক পৰা ধনখিনি উলিয়াই নখুটীলৈ গৈ থাকা অৱস্থাতে জালালউদ্দিন নামৰ লোকজনৰ পৰা ডকাইতৰ দলটোৱে লৈ যায় ধনখিনি ।
হোজাইৰ নখুটীত ডকাইতি কাণ্ড - জালালউদ্দিন নামৰ লোক জনৰ পৰা লুটি নিয়ে ধন
নগদ দুই লাখ টকা লৈ উধাও দুৰ্বৃত্ত ৷ SBI বেংকক পৰা ধনখিনি উলিয়াই নখুটীলৈ গৈ থকা অৱস্থাতেই জালালউদ্দিন নামৰ লোক জনৰ পৰা লুটি নিয়ে ধন ৷
হোজাইৰ নখুটীত ডকাইতি কাণ্ড
ডকাইতৰ দলটোৱে ডেগাৰ দেখুৱাই লুটি নিয়ে টকাখিনি ৷ বৰ্তমান হোজাই জিলাৰ আৰক্ষী অধীক্ষক উপস্থিত হৈ সমগ্ৰ ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ৷