অসম

assam

ETV Bharat / state

লংকাত বাইক আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষত আহত বাইকআৰোহী - Etv Bharat

হোজাই জিলাৰ লংকাত বাইক আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষ ৷ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত বাইকখনৰ দুজন আৰোহী ৷

হোজাই জিলা লংকাত বাইক আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষ

By

Published : May 24, 2019, 3:40 PM IST

হোজাই, 24 মে': হোজাই জিলাৰ লংকা ৰে'ল গেটৰ সন্মুখত শুকুৰবাৰে এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । AS 02 N 0643 নম্বৰৰ বাইকক AS 01 BC 2411 নম্বৰৰ ট্ৰাকে খুন্দিওৱাৰ ফলত গুৰুতৰভাৱে আহত হয় প্ৰশান্ত হাজং নামৰ বাইক আৰোহীজন ৷ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাছত স্থানীয় লোকে ততাতৈয়াকৈ প্ৰশান্ত হাজঙক লংকেশ্বৰী হস্পিতালত ভৰ্তি কৰে ।

হোজাই জিলা লংকাত বাইক আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষ

আহত প্ৰশান্ত হাজং হোজাইৰ ডেৰা পথাৰ গাঁওৰ বাসিন্দা ৷ লংকা আৰক্ষীয়ে ট্ৰাকখন জব্দ কৰি নিজ জিম্মাত ৰাখিছে ।

ABOUT THE AUTHOR

...view details