- হোজাইৰ জোৰাপুখুৰীত ভয়ংকৰ পথ দুৰ্ঘটনা হোজাইৰ জোৰাপুখুৰীত ভয়ংকৰ পথ দুৰ্ঘটনা
- বাইক আৰু অট'ৰ মাজত সংঘটিত হয় দুৰ্ঘটনাটো
- দুৰ্ঘটনাট গুৰুতৰভাৱে আহত হয় দুজন লোক
- আহত লোক দুজনক অৱস্থাত হোজাই হাম হাস্পাতালত ভৰ্তি কৰা হয়
- দুৰ্ঘটনা সংঘটিত কৰি ঘটনাস্থলীতৰ পৰা পলায়ন কৰে অট' বাহন খনে
- ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত
হোজাইৰ জোৰাপুখুৰীত ভয়ংকৰ পথ দুৰ্ঘটনা - আহত দুজন
হোজাইৰ জোৰাপুখুৰীত ভয়ংকৰ পথ দুৰ্ঘটনা হয় ৷ বাইক আৰু অট'ৰ মাজত সংঘটিত হয় দুৰ্ঘটনাটো ৷ দুৰ্ঘটনাট গুৰুতৰভাৱে আহত হয় দুজন লোক ৷

হোজাইৰ জোৰাপুখুৰীত ভয়ংকৰ পথ দুৰ্ঘটনা