হোজাই,20 মে':জখলাবন্ধা আৰক্ষীৰ বৃহৎ সফলতা ৷ বৃহস্পতিবাৰে জখলাবন্ধা আৰক্ষী নিৱেশ আৰু বাগৰি আৰক্ষী চকীৰ এক যুটীয়া অভিযানত বৃহস্পতিবাৰে গঁড় হত্যাৰ পৰিকল্পনাত জড়িত থকা চাৰি চোৰাং চিকাৰীক আটক কৰিবলৈ সক্ষম হয় ৷ আটকাধীন চোৰাং চিকাৰী কেইজন চামগুৰি অঞ্চলৰ মুচৰফ আলী, ইয়চুফ আলী, আজমত আলী আৰু ৰংবং ৱেৰ গোবিন গাঁৱৰ সঞ্জীৱ তাৰু ।
জখলাবন্ধা আৰক্ষীৰ জালত চাৰি চোৰাং চিকাৰী - বাগৰি আৰক্ষী চকী
জখলাবন্ধা আৰক্ষী নিৱেশ আৰু বাগৰি আৰক্ষী চকীৰ এক যুটীয়া অভিযানত বৃহস্পতিবাৰে গঁড় হত্যাৰ পৰিকল্পনাত জড়িত থকা চাৰি চোৰাং চিকাৰীক আটক কৰিবলৈ সক্ষম হয় ৷ আটকাধীন চোৰাং চিকাৰী কেইজন চামগুৰি অঞ্চলৰ মুচৰফ আলী, ইয়চুফ আলী, আজমত আলী আৰু ৰংবং ৱেৰ গোবিন গাঁৱৰ সঞ্জীৱ তাৰু ।
![জখলাবন্ধা আৰক্ষীৰ জালত চাৰি চোৰাং চিকাৰী Rhino Poachers trapped at Kaliabor](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11828676-639-11828676-1621497069998.jpg)
জখলাবন্ধা আৰক্ষীৰ জালত চাৰি চোৰাং চিকাৰী
জখলাবন্ধা আৰক্ষীৰ জালত চাৰি চোৰাং চিকাৰী
উল্লেখ্য যে, কেইদিনমানৰ পূৰ্বে আটক হোৱা এজন চোৰাং চিকাৰীৰ স্বীকাৰোক্তিৰ ভিত্তিত বৃহস্পতিবাৰে আন চাৰিজন চোৰাং চিকাৰীক আটক কৰিবলৈ সক্ষম হয় জখলবন্ধা আৰক্ষী ।
Last Updated : May 20, 2021, 2:18 PM IST