হোজাই, 31 অক্টোবৰ :হোজাইত শনিবাৰে উদ্ধাৰ কৰা হৈছে বিলুপ্ত প্ৰায় এটি বনৰৌ । কালিনগৰ অঞ্চলৰ মণিপুৰী নামঘৰৰ এজোপা গছত স্থানীয় ৰাইজে বনৰৌটো প্ৰত্যক্ষ কৰি বন বিভাগক অবগত কৰে । পৰৱৰ্তী সময়ত বন বিভাগৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ বিলুপ্ত প্ৰায় বনৰৌটি উদ্ধাৰ কৰি লামডিং সংৰক্ষিত বনাঞ্চলত মুকলি কৰি দিয়ে ।
হোজাইত উদ্ধাৰ দুষ্প্ৰাপ্য বনৰৌ - লামডিং সংৰক্ষিত বনাঞ্চল
হোজাইত উদ্ধাৰ বিলুপ্তি প্ৰায় বনৰৌ ৷ উদ্ধাৰ কৰা বনৰৌটিৰ ওজন প্ৰায় তিনি কেজি পাঁচশ গ্ৰাম ৷

হোজাইত উদ্ধাৰ দুষ্প্ৰাপ্য বনৰৌ
উল্লেখ্য যে, উদ্ধাৰ কৰা বনৰৌটিৰ ওজন প্ৰায় তিনি কেজি পাঁচশ গ্ৰাম বুলি জানিব পৰা গৈছে ।
লগতে পঢ়ক :ইন্দিৰা গান্ধীলৈ শ্ৰদ্ধা নিবেদন প্ৰধানমন্ত্ৰী মোদী আৰু প্ৰিয়ংকা গান্ধী ৱাদ্ৰাৰ