অসম

assam

ETV Bharat / state

অযোধ্যাৰ ৰাম মন্দিৰৰ ভূমি পূজনক লৈ হোজাইটো আগতীয়া দীপাৱলী - Ram Mandir Bhoomi Pujan, Hojai Dipawali

অযোধ্যাৰ ৰাম মন্দিৰৰ ভূমি পূজনক লৈ হোজাইৰ জিলাটো দীপাৱলী ৷

অযোধ্যাৰ ৰাম মন্দিৰৰ ভূমি পূজনক লৈ হোজাইটো আগতীয়া দীপাৱলী
অযোধ্যাৰ ৰাম মন্দিৰৰ ভূমি পূজনক লৈ হোজাইটো আগতীয়া দীপাৱলী

By

Published : Aug 6, 2020, 5:24 AM IST

হোজাই, 5 আগষ্ট :অযোধ্যাৰ ৰাম মন্দিৰৰ ভূমি পূজনক লৈ হোজাইটো উদযাপন আগতীয়া দীপাৱলী । প্ৰতিটো ঘৰ,কাৰ্যালয়,মন্দিৰ,পথ সকলোতে মাথো বন্তি প্ৰজ্বলন । হোজাইবাসী ৰাইজৰ নিজৰ মনৰ আনন্দ উল্লাস প্ৰকাশ । লগতে লংকাৰ ৭নং বাৰ্ডত ২০০১ গছ বন্তি প্ৰজ্বলন কৰে লংকাৰ বজৰং দলৰ কৰ্মীয়ে ৷ সকলোৰে আশা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অতি সোনকালে অযোধ্যাত স্থাপন কৰক শ্ৰীৰামচন্দ্ৰ মন্দিৰ ।

অযোধ্যাৰ ৰাম মন্দিৰৰ ভূমি পূজনক লৈ হোজাইটো আগতীয়া দীপাৱলী

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details