হোজাই, 24 ডিচেম্বৰ : নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে নীলবাগানত উত্তাল প্ৰতিবাদ ৷ চাৰিঘন্টীয়া অৱস্থান ধৰ্মঘট অধিবক্তা, সাংবাদিক তথা নাগৰিক সমাজৰ ৷ বৃহত্তৰ নীলবাগান নাগৰিক সমাজৰ উদ্যোগত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে অৱস্থান ধৰ্মঘটেৰে প্ৰতিবাদ সাব্যস্ত কৰিলে অধিবক্তা, সাংবাদিক, বুদ্ধিজীৱিকে ধৰি মহিলা সমাজে ৷
হোজাইৰ নীলবাগানত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ - protest against CAA at hojai
নীলবাগানত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ ৷ অধিবক্তা, সাংবাদিক তথা নাগৰিক সমাজৰ চাৰিঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৷
নীলবাগানত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ
প্ৰতিবাদীসকলে কা আমি নামানো, বিজেপি চৰকাৰ হায় হায়, অখিল গগৈক মুক্তি দিয়ক আদি দাবীৰে উত্তাল কৰি তোলে নীলবাগানৰ পৰিৱেশ ৷ জাতিধ্বংসী আইনখন প্ৰত্যাহাৰ নকৰিলে পুনৰ প্ৰতিবাদত নামিব বুলি চৰকাৰক সকীয়াই দিয়ে প্ৰতিবাদীসকলে ৷
আৰু পঢ়ক :ডিফুৰ বকলীয়াঘাটত বিশাল প্ৰতিবাদী সমাৱেশ