- লামডিঙত নিশা আৰক্ষীৰ গুলীচালনা(Police firing at Lumding)
- এজন অপৰাধীলৈ লক্ষ্য কৰি গুলী আৰক্ষীৰ
- লামডিঙৰ তৰুণ চক্ৰৱৰ্তীলৈ গুলীচলনা কৰা ছুপাৰী কিলাৰক হত্যা(Professional killer from Bihar killed)
- আৰক্ষীৰ গুলীত নিহত বিহাৰৰ মোহন কুমাৰ নামৰ ছুপাৰী কিলাৰটো
- শুকুৰবাৰে তৰুণ চক্ৰবৰ্তী নামৰ ৰেলৱে’ বিভাগৰ প্ৰাক্তন কৰ্মচাৰীজনক গুলীয়াইছিল মোহন কুমাৰে
- দুটাকৈ গুলী লাগিছিল লোকজনৰ গাত(Firing at Lumding)
- আৰক্ষীৰ তদন্তত প্ৰকাশ পাইছিল ভয়ংকৰ তথ্য
- পৰিয়ালৰ মানুহেই তৰুণ চক্ৰবৰ্তীক গুলীয়াবলৈ ছুপাৰী দিছিল বিহাৰৰ মোহন কুমাৰক
- সেই অনুসৰিয়েই লোকজনক হত্যা কৰাৰ উদ্দেশ্য গুলী চলাইছিল মোহনে
- এই ঘটনাৰ তদন্তৰ মাজতে গ্ৰেপ্তাৰ হৈছিল মোহন
- ঘটনা সংঘটিত কৰি শনিবাৰে ৰেলেৰে পলায়ন কৰা মোহনক গ্ৰেপ্তাৰ কৰিছিল নিউ বঙাইগাঁও ৰে’ল আৰক্ষীয়ে
- কিন্তু নিশা অভিযান কালত পালয়নৰ চেষ্টা কৰাত মোহনক গুলীয়াবলৈ বাধ্য হয় আৰক্ষী
- লুকুৱাই থোৱা অস্ত্ৰ দেখুৱাবলৈ মোহনক লগত লৈ গৈছিল আৰক্ষীয়ে
- কিন্তু অভিযানৰ মাজতে আৰক্ষীলৈ গুলীচালনা কৰাত প্ৰত্যুত্তৰ দিয়ে আৰক্ষীয়ে(Supari Killer killed in encounter)
- আৰক্ষীৰ গুলীত আহত মোহনক চিকিৎসকে পাচত মৃত ঘোষণা কৰে
- আৰক্ষীয়ে জব্দ কৰিছে দুটা হস্তনিৰ্মিত বন্দুক, এটা পিস্তল আৰু গুলী