অসম

assam

ETV Bharat / state

হোজাইত গুৰু নানকৰ ৫৫০ তম জন্মজয়ন্তী পালন

শিখ সকলৰ গুৰু শ্ৰী গুৰু নানকৰ নৱেম্বৰ মাহত অনুষ্ঠিত হ'বলগীয়া 550 তম জন্ম জয়ন্তী উপলক্ষে লংকাত উলিওৱা হয় বিশাল শোভাযাত্ৰা

By

Published : Aug 22, 2019, 2:55 PM IST

হোজাইত শিখ সম্প্ৰদায় শোভাযাত্ৰা

হোজাই, 22 আগষ্টঃ হোজাইৰ লংকাৰ মাজমজিয়াৰে শিখ সম্প্ৰদায়ৰ বিশাল শোভাযাত্ৰা । শিখ সকলৰ গুৰু শ্ৰী গুৰু নানকৰ নৱেম্বৰ মাহত অনুষ্ঠিত হ'বলগীয়া 550 তম জন্ম জয়ন্তী উপলক্ষে লংকাত উলিওৱা হয় বিশাল শোভাযাত্ৰা।

হোজাইত শিখ সম্প্ৰদায় শোভাযাত্ৰা

উল্লেখযোগ্য যে, ধুবুৰীৰ পৰা আৰম্ভ কৰি অসমৰ বিভিন্ন ঠাই গুৱাহাটী,নগাঁও,চাপৰমুখ,বৰকোলাত শোভাযাত্ৰা বাহিৰ কৰা উপৰিও শ্বিলঙতো শোভাযাত্ৰা বাহিৰ কৰে শিখ ধৰ্মাৱলম্বীলোকসকলে ৷

ABOUT THE AUTHOR

...view details