হোজাই, 6 ছেপ্তেম্বৰঃদেওবাৰে 2015 চনত প্ৰি-চিনিয়ৰ সাধাৰণ শাখাৰ মাদ্ৰাছা টেট উত্তীৰ্ণ সকলো প্ৰাৰ্থীক নিযুক্তি দিয়াৰ দাবীত সংবাদমেল । হিমন্ত বিশ্ব শৰ্মাৰ মাদ্ৰাছা বন্ধ কৰাৰ ঘোষণা কৰাৰ পিছতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম মাদ্ৰাছা টেট উত্তীৰ্ণ সন্থাই ।
মাদ্ৰাছা টেট উত্তীৰ্ণ সন্থাৰ হোজাই জিলা সমিতিৰ সংবাদমেল - উত্তীৰ্ণ প্ৰাৰ্থীক নিযুক্তি
2015 চনত বহু প্ৰাৰ্থীক এমই স্কুলৰ আৰবী আৰু হিন্দী শিক্ষক হিচাপে নিযুক্তি দিছিল কিন্তু এতিয়াও প্ৰায় 8 হাজাৰ টেট উত্তীৰ্ণ প্ৰাৰ্থীক নিযুক্তি প্ৰদান কৰিবলৈ দাবী ৷

মাদ্ৰাছা টেট উত্তীৰ্ণ সন্থা হোজাই জিলা সমিতিৰ সংবাদমেল
মাদ্ৰাছা টেট উত্তীৰ্ণ সন্থা হোজাই জিলা সমিতিৰ সংবাদমেল
2015 চনত বহু প্ৰাৰ্থীক এমই স্কুলৰ আৰবী আৰু হিন্দী শিক্ষক হিচাপে নিযুক্তি দিছিল কিন্তু এতিয়াও প্ৰায় 8 হাজাৰ টেট উত্তীৰ্ণ প্ৰাৰ্থীক নিযুক্তি হোৱা নাই । সংবাদ মেলৰ জৰিয়তে আক্ষেপ প্ৰকাশ কৰে হোজাইত মাদ্ৰাছা টেট উত্তীৰ্ণ সন্থাই । অতিশ্ৰীঘ্ৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰবলৈ চৰকাৰ তথা শিক্ষা বিভাগক সংবাদমেলৰ জৰিয়তে দাবী জনাই মাদ্ৰাছা টেট উত্তীৰ্ণ সন্থাই ৷