হোজাই,২৩ মাৰ্চ:ভাৰতৰ নিৰ্বাচন আয়োগৰ নির্দেশক্ৰমে হোজাই জিলা প্ৰশাসনে মঙলবাৰৰ পৰা পোষ্টেল বেলটযোগে ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ কৰিছে ৷ হোজাই জিলাৰ তিনিটা বিধানসভা সমষ্টিৰ হোজাই, লামডিং আৰু যমুনামুখৰ বিশেষভাৱে সক্ষম আৰু ৮০ বছৰ ঊৰ্ধৰ বয়োজ্যেষ্ঠ ব্যক্তিসকলে পোষ্টেল বেলটযোগে ভোটদান কৰে ৷ হোজাই জিলা জনসংযোগ বিভাগে এক প্ৰেছ বিবৃতিৰ জৰিয়তে জানিবলৈ দিয়ে এই কথা ।
হোজাইত পোষ্টেল বেলটযোগে ভোটগ্ৰহণ - পোষ্টেল বেলট
হোজাই জিলাৰ তিনিটা বিধানসভা সমষ্টি হোজাই, লামডিং আৰু যমুনামুখৰ বিশেষভাৱে সক্ষম আৰু ৮০ বছৰ ঊৰ্ধৰ বয়োজ্যেষ্ঠ ব্যক্তিসকলে পোষ্টেল বেলটযোগে ভোটদান কৰে ৷ হোজাই জিলা জনসংযোগ বিভাগে এক প্ৰেছ বিবৃতিৰ জৰিয়তে জানিবলৈ দিয়ে এই কথা ।

হোজাইত পোষ্টেল বেলটযোগে ভোটগ্ৰহণ