লামডিং,18 মেঃ লামডিং ৰে'লৱে চিকিৎসালয়ৰ আইচ'লেছন ৱাৰ্ডৰ পৰা পলায়ন এজন যুৱকৰ ৷ লামডিং ৰে'লৱে চিকিৎসালয় কৰ্তৃপক্ষৰ চৰম গাফিলতিৰ বাবেই সংঘটিত হ'ল ভয়াৱহ ঘটনা ৷
লামডিং ৰে'লৱে চিকিৎসালয়ৰ আইচ'লেছন ৱাৰ্ডৰ পৰা পলায়ন যুৱকৰ - Isolation
লামডিং ৰে'লৱে চিকিৎসালয়ৰ আইচ'লেছন ৱাৰ্ডৰ পৰা পলায়ন যুৱকৰ ৷ যুৱকজন আগৰতলা ধৰ্মনগৰৰ বাসুদেৱ দেৱনাথ বুলি জানিব পৰা গৈছে ৷

লামডিং ৰে'লৱে চিকিৎসালয়ৰ Isolation ৱাৰ্ড পৰা পলায়ন এজন যুৱক
লামডিং ৰে'লৱে চিকিৎসালয়ৰ আইচ'লেছন ৱাৰ্ডৰ পৰা পলায়ন যুৱকৰ
লামডিং ৰে'লৱে চিকিৎসালয়ত 16 তাৰিখে ভৰ্তি কৰা যুৱকজন আগৰতলা ধৰ্মনগৰৰ বাসুদেৱ দেৱনাথ বুলি জানিব পৰা গৈছে ৷ 16 তাৰিখে ৰাতিপুৱা লামডিঙত উপস্থিত হোৱা দিল্লী- ডিব্ৰুগড় 02424 নম্বৰ ৰেলখনৰ যাত্ৰী আছিল বাসুদেৱ দেৱনাথ ৷ দিল্লীৰ পৰা ৰে'ল যোগে ঘৰলৈ আহি থকা অৱস্থাত তীব্ৰ জ্বৰ হোৱাৰ বাবে লামডিঙত নমোৱা হৈছিল দেৱনাথক ৷ পৰৱৰ্তী সময়ত লামডিং ৰে'লৱে চিকিৎসালয়ত চিকিৎসা কৰোৱা হৈছিল যদিও দুদিনৰ পাছত সোমবাৰে ৰাতিপুৱা পলাই যায় যুৱক জন ৷ যুৱকজনৰ স্বাস্থ্য পৰীক্ষাৰ ৰিৰ্পট বৰ্তমানলৈকে অহা নাছিল পজিটিভ নে নিগেটিভ ৷