হোজাই,5 জুন: শেহতীয়াকৈ হোজাই জিলাৰ লংকাত এজন ব্যক্তিৰ দেহত ধৰা পৰে কৰ’ণা ভাইৰাছৰ উপস্থিতি ৷ ভাইৰাছবিধত আক্ৰান্ত হোৱা ব্যক্তিজন ২৬ মে’ত পুনেৰ পৰা আহি লংকাৰ ফাতিমা হোটেলত কোৱাৰেণ্টাইনত আছিল । আক্ৰান্ত যুৱকজনৰ ঘৰ লংকাৰ সমীপৰ নখুটীত বুলি জানিব পৰা গৈছে ৷ এই খবৰ লাভ কৰাৰ পিছতে যুৱকজনক যমুনামুখস্থিত কৰ’ণা চিকিৎসালয়লৈ প্ৰেৰণ কৰে স্বাস্থ্য বিভাগে ৷
হোজাইত এগৰাকীৰ দেহত কৰ’ণা ভাইৰাছৰ উপস্থিতি - Pune
পুনেৰ পৰা কিছুদিন পূৰ্বে অসমলৈ অহা এজন যুৱকৰ দেহত ধৰা পৰিছে Covid 19 ৰ উপস্থিতি ৷ হোজাইৰ বাসিন্দা যুৱক গৰাকীক ইতিমধ্যে স্বাস্থ্য বিভাগৰ তৎপৰতাত যমুনামুখস্থিত কৰ’ণা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷
![হোজাইত এগৰাকীৰ দেহত কৰ’ণা ভাইৰাছৰ উপস্থিতি One more tested Covid 19 positive at hojai assam etv bharat news](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7484888-thumbnail-3x2-a.jpg)
হোজাইত এগৰাকীৰ দেহত কৰ’ণা ভাইৰাছৰ উপস্থিতি
হোজাইত এগৰাকীৰ দেহত কৰ’ণা ভাইৰাছৰ উপস্থিতি