হোজাই, 27 অক্টোবৰঃহোজাই জিলাৰ নীলবাগানত সন্ধানহীন হৈ আছে এজন মানসিকভাৱে অসুস্থ যুৱক ৷ জানিব পৰা মতে, যোৱা ২৪ অক্টোবৰৰ পৰা সন্ধানহীন হৈ আছে ২৬ বছৰীয়া সাহাব উদ্দিন নামৰ মানসিকভাৱে অসুস্থ যুৱকজন ।
হোজাইত মানসিকভাৱে অসুস্থ যুৱক সন্ধানহীন - মানসিকভাৱে অসুস্থ যুৱক
ঘটনা সংক্ৰান্তত পৰিয়ালৰ লোকে মোৰাঝাৰ থানাত এজাহাৰ দাখিল কৰিছে যদিও বৰ্তমানলৈকে কোনো শুংসুত্ৰ ওলোৱা নাই যুৱকজনৰ ৷
হোজাইত মানসিকভাৱে অসুস্থ এজন যুৱক সন্ধানহীন
ইপিনে ঘটনা সংক্ৰান্তত পৰিয়ালৰ লোকে মোৰাঝাৰ থানাত এজাহাৰ দাখিল কৰিছে যদিও বৰ্তমানলৈকে কোনো শুংসুত্ৰ ওলোৱা নাই যুৱকজনৰ ৷ যুৱকজনৰ কোনো লোকে সম্ভেদ লাভ কৰিলে মোৰাঝাৰ আৰক্ষী থানা অথবা পৰিয়ালৰ 87218 31737 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে ৷
লগতে পঢ়কঃমিঞা সংগ্ৰহালয় সন্দৰ্ভত কি ক'লে লুৰীণজ্যোতি গগৈয়ে ?