হোজাই, 8 জুন: হোজাই জিলাৰ লংকাত ভয়ংকৰ পথ দুৰ্ঘটনাত এজনৰ মৃত্যু । লংকাৰ ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বামুন গাঁৱত অঘটন । দ্ৰুতবেগী বাইকেৰে আহি পথৰ দাঁতিত বাগৰি পৰিল বাইক আৰোহী । দুর্ঘটনাত বাইকত অহা এজনৰ মৃত্যু হোৱাৰ বিপৰীতে আন এজনৰ প্ৰাণ কথমপি ৰক্ষা পৰে ।
লংকাত ভয়ংকৰ পথ দুৰ্ঘটনা: এজনৰ মৃত্যু - lanka traffic police
লংকাত ভয়ংকৰ পথ দুৰ্ঘটনাত এজনৰ মৃত্যু ৷ কথমপি প্ৰাণ ৰক্ষা এজনৰ ৷ মৃত যুৱকজনৰ নাম যুধিষ্ঠিৰ দেৱ নাথ ৷ আঘাতপ্ৰাপ্ত যুৱকজনৰ নাম আশীষ পাল ৷
![লংকাত ভয়ংকৰ পথ দুৰ্ঘটনা: এজনৰ মৃত্যু youth-dead-due-to-road-accident](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-12063711-thumbnail-3x2-img.jpg)
লংকাত ভয়ংকৰ পথ দুৰ্ঘটনাত এজনৰ মৃত্যু
মৃত যুৱকজনৰ নাম যুধিষ্ঠিৰ দেৱ নাথ আৰু আঘাতপ্ৰাপ্ত যুৱকজনৰ নাম আশীষ পাল বুলি জানিব পৰা গৈছে । বাইকখনৰ পঞ্জীয়ন নম্বৰ AS 02 N 8612 ৷ ঘটনাস্থলীত লংকাৰ যান-বাহন আৰক্ষী উপস্থিত হোৱাৰ লগতে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ।
লগতে পঢ়ক:বিজেপি মন্ত্ৰীৰ বিৰুদ্ধে চিপিআই(এম)ৰ গুৰুতৰ অভিযোগ