- হোজাই জিলাৰ নখুঁটিৰ অস্থায়ী শিবিৰত থকা এজন উচ্ছেদিত লোকৰ মৃত্যু
- মৃত্যু হোৱা লোকজনৰ নাম মুজিবুৰ ৰহমান
- কাৰ্বি আংলং প্ৰশাসনে অঞ্চলটোত চলোৱা উচ্ছেদৰ পিছত উচ্ছেদিত লোক সকলে অস্থায়ী শিবিৰ পাতি লৈছিল আশ্ৰয়
- আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত
- লোকজনৰ মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই নখুঁটিৰ অস্থায়ী শিবিৰত মৃত্যু 1
নখুঁটিৰ অস্থায়ী শিবিৰত মৃত্যু 1 - ONE DEATH
কাৰ্বিআংলং প্ৰশাসনে চলোৱা উচ্ছেদৰ পিচত উচ্ছেদিত লোকসকলে আশ্ৰয় লৈ আছিল নখুঁটি অঞ্চল ৷
![নখুঁটিৰ অস্থায়ী শিবিৰত মৃত্যু 1](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2852814-298-a6c741dc-ce9f-4394-9ddc-627a0af2098b.jpg)
নখুঁটিৰ অস্থায়ী শিবিৰত মৃত্যু 1